মুকলিৰ ৫ বছৰ নৌহওঁতেই ধলা-শদিয়া দলঙত মেলিল ফাট



📌 মুকলিৰ ৫ বছৰ নৌহওঁতেই ধলা-শদিয়া দলঙত মেলিল ফাট।

Like the official facebook page of News Live:

Follow News Live on twitter:

Connect to our instagram account:

Visit our website for all news updates:

33 comments

  1. Actualy Jitu jegat fat melise heitu khuta nohoy….news tut vul koise …heikhon hoise aproach slab ..jikho dek slabor logt lagi thakey…..conecting slab khon akebare dismental kori reconstruct koribo pari…cinecting slab is completely independent with pile pear cap …so it's not a big matter

  2. নকল কৰি পাছ কৰা ইণ্জিনিয়ৰ সেই কাৰনে ফাট মেলিছে আৰু থিকাদাৰে ফাল্টু কাম কৰি কৌটি কৌটি টকাৰ মালিক হৈছে ।।

  3. অতি সোনকালেই তদন্ত তথা সমাধানৰ পথ লব উলিয়াব লাগে । কাৰণ দলং খন ভৱিষ্যৎ ৰ বিভিন্ন ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ পৰিকল্পনা আছে , যদি এই বিলাক বিজুতি হয় তেন্তে সকলো আশা নিৰাশা হব । এনে কাজ্যক কঠোৰ ভাৱে লব লাগে কীয় এনে হয় ?

  4. খালে ও খালে ইঞ্জিনিয়াৰ কেইটাই খালে । চৰকাৰৰ কি পদক্ষেপ লব ।লক্ষ্যণীয় ।

  5. Poruwar tir pora hati tu loike hokoluei milijuli pocket gorom korile. AC gari, AC room, etc. etc
    . Aiai engineer British bure bonai thoi juwa dolong atiao strong hoiei aase. Bharot, Assam engineer bure British engineer buror TIKA ,FOL, SELEKIBO lage. Folor engineer.

  6. ভাল্ কাম কৰা মানুহে গোটেই জীবন দুখ কৰি জীবন কটাব লাগে.. আৰু ইহঁতি এতা ঠিকা লৈ কোটি টকা মাৰি… Luxariya জীবন কটাই… একেদিনাই ধনী.. তুমি ৩০ বছৰ চাকৰি কৰা তোমাৰ কাম নাই..

Leave a comment

Your email address will not be published. Required fields are marked *